Home » photogallery » business »Gold Price Today: নতুন বছৰৰ প্ৰাকক্ষণত সোণৰ দাম বাঢ়িল নে কমিল ? জানক সোণ আৰু ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: নতুন বছৰৰ প্ৰাকক্ষণত সোণৰ দাম বাঢ়িল নে কমিল ? জানক সোণ আৰু ৰূপৰ শেহতীয়া মূল্য ...

ভাৰতীয় বুলিয়ন বজাৰত আজি অৰ্থাৎ ৩১ ডিচেম্বৰ ২০২১ (Gold Price Today 31 December 2021) সোণৰ মূল্য বৃদ্ধি পাইছে। ৰূপৰ মূল্য (Silver Price Today 31 December 2021) আজিও বৃদ্ধি পাইছে। সোণ মাত্ৰ ১৪৪ টকা বৃদ্ধি পাইছে, আনহাতে ৰূপৰ মূল্য ৬৬৪ টকা বৃদ্ধি হৈছে।

শেহতীয়া বাতৰি