Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

এইচডিএফচি চিকিউৰিটিজৰ তথ্য অনুসৰি সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত সোণৰ মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৪০ টকা হ্ৰাস হৈ ৫০,৮৩৩ টকা হয়। ৰূপৰ মূল্যও পূৰ্বৰ বাণিজ্যত প্ৰতি কিলোগ্ৰামত ৫৬,৮৪৯ টকাৰ পৰা ৫৯৪ টকা হ্ৰাস হৈ প্ৰতি কিলোগ্ৰামত ৫৬,২৫৫ টকালৈ হ্ৰাস পাইছে।

শেহতীয়া বাতৰি