Home » photogallery » business »Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

Gold Price Today: গ্ৰাহকলৈ সুখবৰ, পুনৰ হ্ৰাস পালে সোণৰ দাম ! আজি বজাৰত সোণ-ৰূপৰ দাম কিমান জানক ...

এইচডিএফচি চিকিউৰিটিজৰ তথ্য অনুসৰি শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত সোণৰ মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ১৩৯ টকা হ্ৰাস হৈ ৫০,৩২৬ টকা হয়। সোণৰ পিছত, ৰূপো প্ৰতি কিলোগ্ৰামত ৩৬৩ টকা হ্ৰাস হৈ ৫৮,৩৬৬ টকা হয়।

শেহতীয়া বাতৰি