Home » photogallery » business »Gold Price Today: আজিও বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

Gold Price Today: আজিও বৃদ্ধি পালে সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে ইয়াতেই পৰীক্ষা কৰক সোণ-ৰূপৰ দাম ...

সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত সোণৰ মূল্য (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৩২৩ টকা বৃদ্ধি হৈ ৫৩,০৩৯ টকা হৈছে। একেদৰে, ৰূপৰ মূল্য ৬৩৯ টকা বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৬২,৫৯০ টকা হয়।

শেহতীয়া বাতৰি