Home » photogallery » business »Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

Gold Price Today: আকৌ বাঢ়িল সোণৰ দাম ! বজাৰলৈ যোৱাৰ পূৰ্বে চাওক সোণ-ৰূপৰ শেহতীয়া মূল্য ...

আজি, এমচিএক্সত ১০ গ্ৰাম সোণৰ মূল্য (Gold Price Today) ০.১৪ শতাংশ বৃদ্ধি হৈ ৫৪,৯৭৪ টকা হৈছে।আজি, এমচিএক্সত ৰূপৰ মূল্য ০.২৩ শতাংশ হ্ৰাস পাইছে।

শেহতীয়া বাতৰি