চৰকাৰে কেইবাটাও ক্ষুদ্ৰ সঞ্চয় আঁচনি (Small Savings Schemes) চলাই আছে। প্ৰতিটো তিনিমাহত এই সঞ্চয় আঁচনিবোৰৰ সুতৰ হাৰ সলনি হয়। এই ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰত বিনিয়োগ কৰিলে ৪ ৰ পৰা ৭.৬ শতাংশলৈকে সুত পোৱা যায়। আজি আমি আপোনাক কিছুমান সঞ্চয় আঁচনিৰ বিষয়ে ক'বলৈ গৈ আছোঁ য'ত আপুনি বিনিয়োগৰ পৰা নিশ্চিত লাভ কৰিব পাৰে।