Home » photogallery » business »Facebook, Google আৰু এপলৰ দৰে কোম্পানীৰ পৰা উপাৰ্জন কৰক ! ২৯ অক্টোবৰলৈকে সুযোগ, কেনেদৰে টকা বিনিয়োগ কৰিব লাগে জানক ?

Facebook, Google আৰু এপলৰ দৰে কোম্পানীৰ পৰা উপাৰ্জন কৰক ! ২৯ অক্টোবৰলৈকে সুযোগ, কেনেদৰে টকা বিনিয়োগ কৰিব লাগে জানক ?

আদিত্য বিৰলা চান লাইফ মিউচুৱেল ফাণ্ডে (aditya birla sun life mutual fund) নাছডেক  ১০০ ফাণ্ড অফ ফাণ্ড (FoF) মুকলি কৰিছে। এই পুঁজিৰ জৰিয়তে আপুনি বিশ্বৰ শীৰ্ষ কোম্পানী যেনে ফেচবুক (Facebook), এপল (Apple), মাইক্ৰছফ্ট (Microsoft), এডোব আৰু অন্যান্য কোম্পানীৰ শ্বেয়াৰত বিনিয়োগ কৰিব পাৰে।

শেহতীয়া বাতৰি