Home » photogallery » business »Post Officeৰ চুপাৰহিট আঁচনি, মাত্ৰ ইমান মাহত টকা দুগুণ হ'ব ! বিতং জানক ...

Post Officeৰ চুপাৰহিট আঁচনি, মাত্ৰ ইমান মাহত টকা দুগুণ হ'ব ! বিতং জানক ...

আজি আমি আপোনাক এটা বিশেষ ডাকঘৰ আঁচনিৰ বিষয়ে ক'ম য'ত আপুনি দুগুণ টকা পাব। এই আঁচনিৰ জৰিয়তে আপুনি সহজে বহু টকা ঘটিব পাৰে। এয়া হৈছে ডাকঘৰৰ (Post Office) কিষাণ বিকাশ পত্ৰ (Kisan Vikas Patra KVP) আঁচনি।

শেহতীয়া বাতৰি