உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » business »Cooking Oil Price: সৰিয়হ-বাদাম-চয়াবিনকে ধৰি খোৱা তেলৰ মূল্যত বৃহৎ হ্ৰাস ! ১ লিটাৰৰ মূল্য কিমান ? তালিকাখন চাওক ...

    Cooking Oil Price: সৰিয়হ-বাদাম-চয়াবিনকে ধৰি খোৱা তেলৰ মূল্যত বৃহৎ হ্ৰাস ! ১ লিটাৰৰ মূল্য কিমান ? তালিকাখন চাওক ...

    বিশ্ববজাৰত খোৱা তেলৰ মূল্য (Edible oil Price) তীব্ৰভাৱে বৃদ্ধি হোৱা স্বত্বেও, দিল্লীত প্ৰায় সকলো খোৱা তেল সস্তা। সোমবাৰে (Cooking Oil Price) সৰিয়হ, চীনাবাদাম, চয়াবীন, চিপিঅ', পামোলিনকে ধৰি সকলো প্ৰকাৰৰ তেলৰ মূল্য হ্ৰাস পায়। সাংকেতিক ছবি।