Home » photogallery » business »Gold Price Today: ৰূপৰ মূল্য হ্ৰাস হৈছে যদিও সোণৰ মূল্য সামান্য বৃদ্ধি হৈছে ! সোণ কিনাৰ আগতে শেহতীয়া মূল্য জানি লওক ...

Gold Price Today: ৰূপৰ মূল্য হ্ৰাস হৈছে যদিও সোণৰ মূল্য সামান্য বৃদ্ধি হৈছে ! সোণ কিনাৰ আগতে শেহতীয়া মূল্য জানি লওক ...

আন্তৰ্জাতিক বজাৰত মূল্যৱান ধাতুৰ মূল্য বৃদ্ধিৰ সৈতে সংগতি ৰাখি মঙলবাৰে দিল্লী বুলিয়ন বজাৰত সোণৰ মূল্য (Gold Price Today) ৪১ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৪৭,২১৭ টকাহয়। পূৰ্বৱৰ্তী ব্যৱসায়িক অধিৱেশনত সোণ প্ৰতি ১০ গ্ৰামত ৪৭,১৭৬ টকাত বন্ধ হৈছিল।

শেহতীয়া বাতৰি