Home » photogallery » business »Profitable Business Idea|Business Opportunity: চাকৰি এৰি হাত দিয়ক এই ব্যৱসায়ত, আপুনি গোটে গোটে উপাৰ্জন কৰিব পাৰিব মোটা অংকৰ ধন।
Profitable Business Idea|Business Opportunity: চাকৰি এৰি হাত দিয়ক এই ব্যৱসায়ত, আপুনি গোটে গোটে উপাৰ্জন কৰিব পাৰিব মোটা অংকৰ ধন।
কম খৰচত নিজে (Start own business) ব্যৱসায় (earning opportunity) ) কৰি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব বিচাৰে নেকি? এটা নতুন ব্যৱসায়িক ধাৰণাৰে এইয়া সম্ভৱ। সাংকেতিক ছবি।
2/ 10
এনেধৰণৰ ব্যৱসায়(Profitable Business) অতি কম খৰছতে কৰিব পৰা যায়। কাগজৰ কাপ তৈয়াৰ কৰাৰ ব্য়ৱসায়। বৰ্তমান বজাৰত কাগজৰ কাপ (Paper cup business) ৰ চাহিদা অত্যন্ত বেছি। (প্রতীকী ছবি)