Home » photogallery » business »Business Idea|Business Opportunity: চাকৰিৰ বিষয়ে পাহৰি যাওক, এই বাম্পাৰ ব্যৱসায় কৰি পাওক বৃহৎ লাভ! আপুনিও হ'ব পাৰিব মালামাল
Business Idea|Business Opportunity: চাকৰিৰ বিষয়ে পাহৰি যাওক, এই বাম্পাৰ ব্যৱসায় কৰি পাওক বৃহৎ লাভ! আপুনিও হ'ব পাৰিব মালামাল
Business Idea|Business Opportunity|Huge Profit|No Need to do job|Business: এই ব্যৱসায়টোৱে মোটা অংকৰ ধন উপাৰ্জনৰ বিশেষ সুযোগ আনি দিছে
বৰ্তমান এনে এবিধ কৃষিকৰ্ম কৰাৰ সুযোগ আছে যি সকলোৰে বাবে অতি লাভজনক ব্যৱসায় হৈ উঠিব পাৰে ৷ দেশৰ প্ৰতি ঘৰ মানুহৰ পাকঘৰত জিৰা ব্যৱহাৰ হয়। (সাংকেতিক ফটো)
4/ 10
কেৱল এয়াই নহয়, জিৰাত বহু পুষ্টি গুণ আছে। সেই জিৰা খেতিয়ে যথেষ্ট উপাৰ্জনৰ পথ দেখুৱাব পাৰে। সাংকেতিক ছবি।
5/ 10
জিৰা খেতিৰ বাবে বালিচহীয়া মাটি অতি উপযোগী৷ এই মাটিত অতি সহজে জিৰাৰ খেতি কৰিব পাৰি৷ প্রতীকী ছবি।
6/ 10
বীজ ৰোপণ কৰাৰ আগতে মাটি সঠিকভাৱে উপযুক্ত হ'ব লাগিব। মাটি অতি সূক্ষ্ম আৰু উৰ্বৰ কৰিব লাগিব যাতে উৎপাদন অতি সহজে সম্ভৱ হয়। প্রতীকী ছবি ৷
7/ 10
ভাল মানৰ জিৰা তিনি প্ৰকাৰৰ হ'ব পাৰে। আৰজেড 19 আৰু 209, আৰজেড 223, 1, 2, 3 গুণগত মান হিচাপে নিৰ্ধাৰণ কৰা হয়। প্রতীকী ছবি ৷
8/ 10
শস্য ১২০ৰ পৰা ১২৫ দিনৰ ভিতৰত চপাব পৰা হয় ৷ প্ৰতি হেক্টৰত ৫১০ৰ পৰা ৫৩০ কিলোগ্ৰাম খেতি হয় ৷ ইয়াৰ পৰা ভাল উপাৰ্জন কৰিব পাৰি। প্রতীকী ছবি ৷
9/ 10
প্ৰতি হেক্টৰত ৭-৮ কুইণ্টল বীজ ৰোপণ কৰা হয় ৷ প্ৰতি হেক্টৰত ব্যয় প্ৰায় ৩০,০০০ৰ পৰা ৩৫,০০০ টকা ৷ যদি ধাৰণা কৰা হয় যে জিৰাৰ মূল্য প্ৰতি কিলোৰ বাবে ১০০ টকা হ'লে ৪০,০০০ টকাৰ পৰা ৪৫,০০০ টকা লাভ হ'ব ৷ প্রতীকী ছবি ৷
10/ 10
যদি পাঁচ একৰ মাটিত জিৰা খেতি কৰা হয়, তেন্তে 2 ৰ পৰা 2.15 লাখ টকা উপাৰ্জন কৰা সম্ভৱ। প্রতীকী ছবি ৷