হোলীৰ আগতে, গ্ৰাহকসকলৰ বাবে, বিশেষকৈ জ্যেষ্ঠ নাগৰিকৰ (Fixed Deposits–FD) বাবে ফিক্সড ডিপজিটৰ সুতৰ হাৰ বৃদ্ধি কৰা হৈছে। প্রতীকী ছবি ৷
2/ 10
যদি আপুনি অভিভাৱক বা আন কাৰোবাৰ বাবে এক স্থিৰ জমা ৰাখিব বিচাৰে, তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ আছে। প্রতীকী ছবি ৷
3/ 10
ব্যক্তিগত খণ্ডত (Yes Bank FD Rates) এই বেঙ্কে জ্যেষ্ঠ নাগৰিকৰ বাবে এফডিৰ সূতৰ হাৰ বৃদ্ধি কৰিছে। এইবাৰ জ্যেষ্ঠ নাগৰিকসকলক আগৰ তুলনাত অধিক সুত দিয়া হ'ব। প্রতীকী ছবি ৷
4/ 10
বেঙ্কে বৰ্তমান জ্যেষ্ঠ নাগৰিকসকলক আগৰ তুলনাত অধিক সুত দিব৷ দেশৰ জ্যেষ্ঠ নাগৰিকে ০.৭৫ শতাংশ অধিক সুত লাভ কৰিব৷ প্রতীকী ছবি ৷
5/ 10
২ কোটি টকালৈকে জ্যেষ্ঠ নাগৰিকসকলক ৩ৰ পৰা ১০ বছৰৰ বাবে এফডিৰ ওপৰত ৭ শতাংশ সুত দিয়া হ'ব৷ ই ৬.২৫ শতাংশ সুতৰ পৰিৱৰ্তে ০.৭৫ শতাংশ অধিক সুত পৰিশোধ কৰাৰ সিদ্ধান্ত লৈছে৷ প্রতীকী ছবি ৷