সেই অনুসৰি, এই সপ্তাহত চাৰি দিনৰ ছুটি ঠিক কৰা হৈছে। সকলো ৰাজ্যৰ বাবে বন্ধৰ দিন একে নহয়। সাংকেতিক ছবি ৷Long queues formed outside banks in India as they reopened for the first time since the government's shock decision to withdraw the two largest denomination notes from circulation. / AFP PHOTO / MONEY SHARMA
৩০ আগষ্ট শনিবাৰে জন্মাষ্টমী/কৃষ্ণ জয়ন্তীত আহমেদাবাদ (Ahmedabad), চণ্ডীগড় (Chandigarh), চেন্নাই (Chennai), দেৰাদুন (Dehradun), জয়পুৰ (Jaipur), জম্মু (Jammu), কানপুৰ (Kanpur), লক্ষ্ণৌ (LUcknow), পাটনা (Patna), ৰায়পুৰ (Raipur), ৰাচী(Ranchi), শ্বিলং (Shelong), ছিমলা (Shimla), শ্রীনগৰ (Srinagar), গেংটক (Gangtok) এই বিভিন্ন ঠাইৰ বেংক বন্ধ থাকিব। সাংকেতিক ছবি।