Home » photogallery » business »Aadhaar Card Update: আধাৰ কাৰ্ডত পুৰণি ম'বাইল নম্বৰ কেনেকৈ সলনি কৰিব? ৫ মিনিটৰ ভিতৰত জানি লওক

Aadhaar Card Update: আধাৰ কাৰ্ডত পুৰণি ম'বাইল নম্বৰ কেনেকৈ সলনি কৰিব? ৫ মিনিটৰ ভিতৰত জানি লওক

Aadhaar Card Update: আধাৰ কাৰ্ড অন্যতম গুৰুত্বপূৰ্ণ নথি। প্ৰায় প্ৰতিটো চৰকাৰী কামত আধাৰ কাৰ্ড ব্যৱহাৰ কৰা হয়। এনে পৰিস্থিতিত আধাৰ কাৰ্ডত মোবাইল নম্বৰ আপডেট কৰিব লাগে।

শেহতীয়া বাতৰি