এই আশাই কৰিছে মোদী চৰকাৰৰ কৰ্মচাৰীসকলে। এই ডাঙৰ ঘোষণা হোলীৰ পূৰ্বে হ’ব পাৰে বুলিয়ে ধাৰণা কৰা হৈছে। ডিএ–ডিআৰ বৃদ্ধিৰ সুবিধা ১ কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় কৰ্মচাৰী পাব পাৰেষ। (প্ৰতীকী ফটো)
4/ 8
আগন্তুক মাৰ্চ অৰ্থাৎ ২০২৩ৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মহাৰ্ঘ ভাত্তা বৃদ্ধিৰ বিষয়টো ঘোষণা কৰা হ’ব পাৰে। এই বৰ্ধিত টকা কৰ্মচাৰীসকলে পাব ১ জানুৱাৰীৰ পৰা। (প্ৰতীকী ফটো)
5/ 8
AICPIৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৩ শতাংশ ডি এ বৃদ্ধি নিশ্চিত। বিগত বৰ্ষৰ জুলাই মাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ ৪ শতাংশ বৃদ্ধি পাইছিল। ফলত ৩৪ শতাংশৰ পৰা ৩৮ শতাংশ হৈছিল। (প্ৰতীকী ফটো)
6/ 8
এইবাৰ যদি ডিএ ৩ শতাংশ বৃদ্ধি পায়, তেন্তে ৪১ শতাংশ হ’বগৈ। কৰ্মচাৰীসকলৰ স্বস্তিৰ খবৰ হিচাপেও ধাৰণা কৰা হৈছে। যদি কোনো কৰ্মচাৰীৰ বেছিক দৰমহা ২৫,০০০ টকা হয় তেন্তে তেওঁ ৭৫০ টকাকৈ বৰ্ধিত ডিএ মাহিলি লাভ কৰিব। (প্ৰতীকী ফটো)