Home » photogallery » business »Kawasaki Ninja ZX-10R: ভাৰতত ১৬ লাখ টকাৰ বাইক মুকলি কৰিলে কাৱাছাকীয়ে, হায়াবুছাক দিব জোৰদাৰ টক্কৰ

Kawasaki Ninja ZX-10R: ভাৰতত ১৬ লাখ টকাৰ বাইক মুকলি কৰিলে কাৱাছাকীয়ে, হায়াবুছাক দিব জোৰদাৰ টক্কৰ

কাৱাছাকি ইণ্ডিয়াই দেশত মুকলি কৰিছে Ninja ZX-10Rৰ নতুন মডেল। ২০২৩ চনৰ আপডেট কৰা কাৱাছাকি Ninja ZX-10Rৰ মূল্য হৈছে ১৫.৯৯ লাখ টকা, এক্স-শ্ব’ৰূম। ইয়াৰ পুৰণি মডেলতকৈ প্ৰায় ৬২ হাজাৰ টকা বেছি দামী।

শেহতীয়া বাতৰি