Home » photogallery » business »এইকেইটা কাৰণত Ola S1 ইলেক্ট্ৰিক স্কুটাৰ হৈ পৰিছে দেশৰ শ্ৰেষ্ঠ ইলেক্ট্ৰিক স্কুটাৰ

এইকেইটা কাৰণত Ola S1 ইলেক্ট্ৰিক স্কুটাৰ হৈ পৰিছে দেশৰ শ্ৰেষ্ঠ ইলেক্ট্ৰিক স্কুটাৰ

বেংগালুৰুস্থিত EV নিৰ্মাতা কোম্পানী ওলা ইলেক্ট্ৰিকে (Ola Electric) ১৫ আগষ্টত তেওঁলোকৰ ‘মিছন ইলেক্ট্ৰিক ২০২২’ ভাৰ্চুৱেল ইভেণ্টত পুনৰ মুকলি কৰিছে S1 ইলেক্ট্ৰিক স্কুটাৰ। যোৱা বছৰৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰা S1 Proৰ অধিক সুলভ মূল্যৰ ভেৰিয়েন্ট হৈছে Ola S1. আমোদজনক কথাটো হ’ল কোম্পানীটোৱে দাম বৃদ্ধি কৰা নাই আৰু ইয়াক ৯৯,৯৯৯ টকাত বিক্ৰী কৰা হ’ব। ইয়াত আমি আপোনালোকক ২০২২ চনৰ Ola S1ৰ ৫ টা বৈশিষ্ট ক’ম, যিয়ে ইয়াক শ্ৰেষ্ঠ ইলেক্ট্ৰিক স্কুটাৰ কৰি তুলিছে।