Change Language
মুখ্যপৃষ্ঠা » ফটো » অসম
1/ 6


কোৰোণা মহামাৰীৰ বাবে এই বছৰ ভেলেণ্টাইন দ্য়েৰ বিশেষ আয়োজন চলা নাই। বিশ্বৰ প্ৰায় সকলো প্ৰান্ততে এইবাৰ আগৰ দৰে নাই উচাহ উদ্দীপনা। এইবাৰ জ্যোতিষীয়ে কৈছে যে, বহুতৰ বাবে আগৰ দৰে এইবাৰ সুখৰ নহ'ব পাৰে ভেলেণ্টাইন দ্যে।
2/ 6


জানি লওক, ২০২১ৰ ভেলেণ্টাইন দ্যে কোন কেইটা ৰাশিৰ বাবে হ'ব সুখকৰ। জ্যোতিষীয়ে কৈছে যে, ভালপোৱা আৰু প্ৰেমৰ সৈতে জড়িত শুক্ৰ। এই গ্ৰহ বৰ্তমান কুম্ভ ৰাশিত আছে। লগত আছে বৃহস্পতি আৰু শনি গ্ৰহ। কিন্তু বুধ নিজৰ ঠাইলৈ উভতি যাব।কুম্ভ ৰাশিত শুক্ৰ গ্ৰহ থকা মানে, এই ৰাশিৰ জাতক জাতিকাই পাব স্বাধীনতা। এই ৰাশিৰ জাতকৰ লোকৰ নিজৰ সংগীৰ সৈতে বণ্ডিং ভাল হ'ব। ৰোমান্তিক মুহূৰ্ত কটাব পাৰিব।