Home » photogallery » assam »চক পেঞ্চিলত ৰংঘৰ তৈয়াৰ কৰি অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়াৰ এজন যুৱকে

চক পেঞ্চিলত ৰংঘৰ তৈয়াৰ কৰি অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়াৰ এজন যুৱকে

মাত্ৰ ৫ ঘণ্টাৰ ভিতৰত চক পেঞ্চিলত আটাইতকৈ ক্ষুদ্ৰতম ৰংঘৰ তৈয়াৰ কৰাৰ বাবে অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে মানসৰ লগতে মানসৰ পৰিয়ালবৰ্গ।

শেহতীয়া বাতৰি