অনিৰ্বাণ চৌধুৰী বাংলাদেশৰ কুমিল্লাৰ সন্তান। তেওঁ বৰ্তমান অষ্ট্ৰেলিয়াৰ বাসিন্দা। নতুন কইনা বন্যাক লৈ অষ্ট্ৰেলিয়া গমন কৰিবলগীয়া চৌধুৰীয়ে নৱেম্বৰত মেলবৰ্নৰ ইস্কন মন্দিৰতো তেওঁৰ পৰিয়াল তথা বন্ধু-বৰ্গৰ উপস্থিতিত বিবাহকাৰ্যৰ আন এক আনুষ্ঠানিকতাৰ আয়োজন কৰিছে।