Home » photogallery » assam »শিৱসাগৰৰ তিনি যুৱকৰ সুন্দৰ প্ৰচেষ্টা, বাঁহেৰে সাজি উলিয়াইছে তাজমহল, ৰংঘৰ, কাৰেংঘৰ

শিৱসাগৰৰ তিনি যুৱকৰ সুন্দৰ প্ৰচেষ্টা, বাঁহেৰে সাজি উলিয়াইছে তাজমহল, ৰংঘৰ, কাৰেংঘৰ

দূৰ্গা পূজাৰ মেলাত যুৱক কেইজনে নিজ হাতে প্ৰস্তুত কৰা বাঁহৰ ৰংঘৰ বাঁহৰ কাৰেংঘৰ বাঁহৰ তাজমহল বিক্ৰী কৰি উপাৰ্জন কৰিব সহস্ৰাধিক টকা ৷

শেহতীয়া বাতৰি