অসমত তৃণমূল কংগ্ৰেছৰ লক্ষ্য সন্দৰ্ভত সুস্মিতা দেৱে স্পষ্ট কৰি দিয়ে, "অসমত এক অপ্ৰীতিকৰ ৰাজনৈতিক পৰিস্থিতি আছে, মুখ্যমন্ত্ৰীয়ে সকলোকে নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰিছে। যদিও আমাৰ অসমৰ বাবে পৰিকল্পনা আছে। কিন্তু এই মুহূৰ্তত আমি ত্ৰিপুৰাৰ ওপৰত গুৰুত্ব দিব বিচাৰো। "