Home » photogallery » assam »Sony Tvৰ মঞ্চৰ পৰা বিজয়ীৰ বঁটা লৈ ঘৰ পালে ফ্ল'ৰিনা গগৈ, গৃহ চহৰ যোৰহাটত উষ্ম আদৰণিৰ কেইখনমান আলোকচিত্ৰ

Sony Tvৰ মঞ্চৰ পৰা বিজয়ীৰ বঁটা লৈ ঘৰ পালে ফ্ল'ৰিনা গগৈ, গৃহ চহৰ যোৰহাটত উষ্ম আদৰণিৰ কেইখনমান আলোকচিত্ৰ

ছমাহজোৰা কঠিন প্ৰতিযোগিতাখনত বিজয়ীৰ হাঁহি মৰা ৭ বছৰীয়া ফ্ল'ৰিনাই কয় যে ঘৰখনৰ লগতে লগৰীয়াসকলক পাই তেওঁ অত্যন্ত সুখী।