আনহাতে যোৰহাটৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে ফ্ল'ৰিনা। মৰমৰ ঘৰখন, গাঁৱৰ লোকসকলক বহুত মিছ কৰিছিল বুলি ফ্ল'ৰিনাই কয়– ''মই আমাৰ ঘৰখনক বহুত মিছ কৰিছিলোঁ। মোৰ লগৰীয়াসকলক বহু দিন ধৰি লগ পোৱা নাই। যোৰহাট আহি পোৱাৰ পিছত বহুত ভাল লাগিছে। এতিয়া মই খুউব ফুৰিম। থেঙ্ক ইউ অসমবাসী..."