হঠাৎ কি জগৰ লগালে একতাই? সম্প্ৰতি একতা কাপুৰে এখন ৱেব ছিৰিজ ‘ভাৰ্জিন ভাস্কৰ ২’ প্ৰযোজনা কৰিছে। য’ত এটা দৃশ্যক লৈ সৃষ্টি হৈছে বিতৰ্ক। দৃশ্যটোত দেখুওৱা হৈছিল এখন হোষ্টেলত ‘যৌনতা’। আৰু হোষ্টেলখনৰ নাম ‘অহল্যাবাই’। এই নামকৰণৰ প্ৰতিবাদত একতা কাপুৰৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ।