Home » photogallery » assam »Assam Floods: অসমত বানপানীৰ কবলত ২৮ খন জিলা, ১৯ লাখ লোক ক্ষতিগ্ৰস্ত ! ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যাতায়াত ...

Assam Floods: অসমত বানপানীৰ কবলত ২৮ খন জিলা, ১৯ লাখ লোক ক্ষতিগ্ৰস্ত ! ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যাতায়াত ...

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) জনাইছে যে ৰাজ্যখনৰ ২৮ খন জিলা বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। এই জিলাসমূহত, বানপানীৰ ফলত প্ৰায় ১৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।