Change Language
মুখ্যপৃষ্ঠা » ফটো » অসম
1/ 5


আজি মাঘৰ বিহুৰ উৰুকা। আঘোনত সোণগুটি চপাই মাঘত একেলগে এঁসাজ খাবলৈ এতিয়া সকলোৱে চলাইছে প্ৰস্তুতি। ৰাজ্যৰ চৌদিশে চলিছে মাঘৰ বিহুক আদৰাৰ প্ৰস্তুতি।
2/ 5


হেপাঁহৰ ভোগালী বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈছে নগাঁওবাসী। নগাঁও জিলাৰ বটদ্রৱাটো ভোগালী বিহুটিক আদৰিবলৈ এতিয়া উঠি পৰি লাগিছে অঞ্চলবাসী। সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক এইবাৰ দেখা গল অন্য ৰূপত।
3/ 5


মঙলবাৰে বটদ্ৰৱা সমষ্টিৰ মাজগাওঁৰ মহিলা সকলে পিঠা-পনা বনাই বিহুক আদৰিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে বিধায়িকা আঙুৰলতা ডেকাই মাজগাঁওত উপস্থিতহৈ সমষ্টিবাসী ৰাইজক উৎসাহিত কৰে।