২০২০ বৰ্ষত সকলোৱে ঘৰতে থাকিয়েই পালন কৰিলে আন্তৰ্জাতিক যোগ দিৱস মন্ত্ৰী অতুল বৰাইয়ো ঘৰতে থাকি কৰিলে যোগ অনুশীলন ঘৰতেই এনেদৰে দেখা গ’ল মন্ত্ৰীগৰাকীক ল’ক ডাউইনৰ ফলত এইবাৰ ৰাজহুৱা স্থানত পালন কৰিব পৰা নগ’ল যোগ দিৱস সামাজিক দূৰত্ব বৰ্তাই ৰাখি মন্ত্ৰী অতুল বৰাই এনেদৰেই পালন কৰিলে এইবাৰৰ যোগ দিৱস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ সকলোকে ঘৰতে যোগ দিৱস পালন কৰিবলৈ কৈছিল।