শ্বহীদ হ’ল প্ৰণয় কলিতা। মণিপুৰত আলফা(স্বা) সহ তিনিটা উগ্ৰপন্থী সংগঠনে চলোৱা এম্বুছত প্ৰাণ হেৰুৱালে অসমৰ প্ৰণয় কলিতাই। শুকুৰবাৰে নশ্বৰ দেহ নিজ বাসগৃহ আহি পোৱাৰ পিছত সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰে। সামৰিক মৰ্যদাৰে জনোৱা হ’ল শেষ শ্ৰদ্ধাঞ্জলী। সাতবছৰীয়া কন্যাক লৈ ভাতৃয়ে কৰিলে মুখাগ্নি।