Change Language
মুখ্যপৃষ্ঠা » ফটো » অসম
1/ 5


এটা ৪৫ বছৰীয়া লম্পটে ধৰ্ষণ কৰিলে এগৰাকী ১২ বছৰীয়া কিশোৰীক। লজ্জাজনক ঘটনাটো সংঘটিত হৈছে অসমৰ পশ্চিম কাৰ্বি আংলঙ জিলাত।
2/ 5


৬০ দিন ধৰি উপৰ্যুপৰী ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৪৫ বছৰীয়া লোকৰ বিৰুদ্ধে। বৃহস্পতিবাৰে লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
4/ 5


জানিব পৰা মতে, নাবালিকাগৰাকী মোমিনৰ ঘৰত কাম কৰা যুৱতী হিচাপে আছিল। আৰু এই সুযোগতে দুৰ্ভগীয়া নাবালিকাগৰাকীক ধৰ্ষণ কৰে ব্যৱসায়ীজনে।