Home » photogallery » assam »কৃষি কৰ্মৰে মাজুলীৰ মণিকাই দেখুৱাইছে অনন্য নিদৰ্শন, চাওক Photo

কৃষি কৰ্মৰে মাজুলীৰ মণিকাই দেখুৱাইছে অনন্য নিদৰ্শন, চাওক Photo

মাজুলীৰ এই গৰাকী মিচিং যুৱতীয়ে পুৱাতে উঠি কান্ধত নাঙল লৈ নিতৌ পথাৰলৈ যায় । ধৈৰ্য, একাগ্ৰতা আৰু সাহসেৰে মনিকা আজি মাজুলীৰ বহু যুৱতীৰ বাবে আদৰ্শ