Home » photogallery » assam »Magh Bihu: উৰুকাৰ পুৱা লোকাৰণ্য উজান বজাৰৰ মাছঘাট! কোনে কিনিলে কি মাছ

Magh Bihu: উৰুকাৰ পুৱা লোকাৰণ্য উজান বজাৰৰ মাছঘাট! কোনে কিনিলে কি মাছ

আজি পুৱা মাছ কিনিবলৈ গুৱাহাটীৰ বিভিন্ন লোক উপস্থিত হ’ল উজান বজাৰ ঘাটত। গ্ৰাহকৰ কোনে কিমান ডাঙৰ মাছ ল’ব সেই লৈও এক উখল–মাখল পৰিস্থিতি দেখিবলৈ পোৱা গ’ল উজান বজাৰ ঘাটত।

শেহতীয়া বাতৰি