ঢেকিয়াজুলিৰ মাছৰ বজাৰত সৰ্বোচ্চ ৩০কেজি ওজনৰ ভকুৱা মাছ দেখিবলৈ পোৱা গ’ল। লগতে, ২৫কেজি ওজনৰ ব্ৰিকেট, ২২কেজি ওজনৰ বাহু মাছো বিক্ৰী হৈছে ঢেকিয়াজুলিৰ মাছ বজাৰত। ভকুৱা প্ৰতি কিলোত ১২০০ টকা, বাহু ১০০০ টকা, ব্ৰিকেট ৫০০ টকা, চিতল কেজি ৭০০ টকাত বিক্ৰী কৰা হৈছে।