আজি অৰ্থাৎ ৪ ফেব্রুৱাৰীত গুৱাহাটীত পেট্ৰ’লৰ লিটাৰত ৬৩ পইচা বাঢ়ি দাম হৈছেগৈ ৮৯.৬৬ টকা। ডিজেলৰ প্ৰতি লিটাৰত ৬৫ পইচা বাঢ়ি লিটাৰত মূল্য হৈছেগৈ ৮৩.৩৫টকা। ইয়াৰ বিপৰীতে দিল্লীত পেট্র’লৰ দাম বাঢ়িছে লিটাৰত ৩৫ পইচা। দিল্লীত পেট্ৰ’লৰ আজি নতুন দাম ৮৬.৬৫ টকা প্রতি লিটাৰ। ডিজেলৰ দামো লিটাৰত ৩৫ পইচা বাঢ়ি প্ৰতি লিটাৰত ৭৬.৮৩ টকা হৈছেগৈ।