Home » photogallery » assam »Martyr Parbati Charan Das : কাৰ্গিলৰ প্ৰথম শ্বহীদ অসমৰ পাৰ্বতিচৰণ দাস আজি পাহৰণিৰ গৰ্ভত, ৭২ বছৰ পূৰ্বে সিন্ধুত বিলীন হৈছিল অসমীয়া বীৰগৰাকী

Martyr Parbati Charan Das : কাৰ্গিলৰ প্ৰথম শ্বহীদ অসমৰ পাৰ্বতিচৰণ দাস আজি পাহৰণিৰ গৰ্ভত, ৭২ বছৰ পূৰ্বে সিন্ধুত বিলীন হৈছিল অসমীয়া বীৰগৰাকী

১৯৪৮ চনত কাশ্মীৰ ৰক্ষাৰ হেতু গোর্খা ৰেজিমেণ্টৰ প্ৰয়োজন হোৱাত এই ৰেজিমেণ্টৰ ছিগনেল অফিচাৰ হৈ তেওঁ কাশ্মীৰত উপস্থিত হয়। তাৰ পিচত বীৰৰ দৰে মৃত্যুবৰণ কৰে তেওঁ।

  • |

শেহতীয়া বাতৰি