মুখ্যপৃষ্ঠা » ফটো » অসম
দাঁতৰ বিষত যমৰ যন্ত্ৰণা? ইটোৰ পিছত সিটো পেইনকিলাৰ নাখাব, সহজ ঘৰুৱা উপায়েৰে দূৰ কৰক সমস্যা
দাঁতৰ বিষত যন্ত্ৰণা এনেই অতি ভয়ংকৰ তাতে শীতকালত এই সমস্যাই বাৰুকৈ শিক্ষা দিয়া দেখা যায়! প্ৰথমেই চিকিৎসকৰ শৰণাপন্ন হৈ কাঢ়া এণ্টিবায়’টিক নাখাব, ঘৰুৱা উপায়েৰে বিষৰ সন্মুখীন হওক।
1/ 6


দাঁতৰ বিষত যন্ত্ৰণা এনেই অতি ভয়ংকৰ তাতে শীতকালত এই সমস্যাই বাৰুকৈ শিক্ষা দিয়া দেখা যায়! প্ৰথমেই চিকিৎসকৰ শৰণাপন্ন হৈ কাঢ়া এণ্টিবায়’টিক নাখাব, ঘৰুৱা উপায়েৰে বিষৰ সন্মুখীন হওক। Photo Source: Collected
2/ 6


এটা পাত্ৰত নাৰিকল তেলৰ সৈতে কিছু লং গুড়ি কৰি মিহলাই লওক। ভালকৈ মিলাই ব্ৰাছৰ সহায়ত এই মিশ্ৰণ আক্ৰান্ত স্থানত লগাওক। দিনে তিনিবাৰকৈ এনেকৈ লগালে যথেষ্ট আৰাম পাব। লঙে দাঁতৰ বিষ সহজে কমায়।
4/ 6


এটুকুৰা আদা কাটি যি দাঁতত বিষ হৈছে সেই ঠাইত সামান্য হেঁচি চোবাই থাকক। কিছু সময়ৰ ভিতৰতে আৰাম পাব।
5/ 6


এক কোঁহ নহৰু থেতালি যিটো দাঁতৰ বিষ হৈছে সেই দাঁতৰ ওপৰত লগাওক। নহৰুৰ সৈতে অলপ নিমখো মিহলাই লগাব পাৰে।