Home » photogallery » assam »Assam Flood: দুৰ্যোগৰ পৰা সকাহ পোৱা নাই ৰাজ্যবাসীয়ে ! ৰুষ্ট প্ৰকৃতিৰ গ্ৰাসত ২৯ খন জিলা, ঠায়ে ঠায়ে বান পৰিস্থিতিৰ অধিক অৱনতি ...

Assam Flood: দুৰ্যোগৰ পৰা সকাহ পোৱা নাই ৰাজ্যবাসীয়ে ! ৰুষ্ট প্ৰকৃতিৰ গ্ৰাসত ২৯ খন জিলা, ঠায়ে ঠায়ে বান পৰিস্থিতিৰ অধিক অৱনতি ...

Rain in Guwahati, Rain in Assam, Assam floods: অসম (Assam News) বৰ্তমান প্ৰকৃতিৰ ধ্বংসৰ সন্মুখীন হৈছে। যোৱা কেইবাদিনো ধৰি ধাৰাবাহিক ভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ (Heavy Rainfall) বাবে সমগ্ৰ ৰাজ্যতে বান পৰিস্থিতিৰ অৱনতি ঘটিছে।

শেহতীয়া বাতৰি