Home » photogallery » assam »Kamakhya Temple Illuminated on Ambubachi : পৱিত্ৰ অম্বুবাচী উপলক্ষে সন্ধিয়া আলোকেৰে সজাই তোলা হ'ল শক্তিপীঠ মা কামাখ্যা মন্দিৰ। পোহৰত উজলি উঠিল নীলাচল পাহাৰ।

Kamakhya Temple Illuminated on Ambubachi : পৱিত্ৰ অম্বুবাচী উপলক্ষে সন্ধিয়া আলোকেৰে সজাই তোলা হ'ল শক্তিপীঠ মা কামাখ্যা মন্দিৰ। পোহৰত উজলি উঠিল নীলাচল পাহাৰ।

পৱিত্ৰ অম্বুবাচী উপলক্ষে আজি সন্ধিয়া আলোকেৰে সজাই তোলা হ'ল শক্তিপীঠ মা কামাখ্যা মন্দিৰ। নিবৃত্তিৰ দিনা পৰম্পৰাগতভাৱে ৰীতি-নীতিৰে অম্বুবাচীৰ নিয়ম সমাপন কৰাৰ পাছত এনেদৰে নিশা সজাই তোলা হৈছে নীলাচলৰ বুকু। কামাখ্যা চৌহদৰ লগতে কামাখ্যালৈ যাবলৈ নতুনকৈ নিৰ্মাণ কৰা পাণ্ডু-নীলাচল পথচোৱাও আলোকেৰে সজাই তোলা হয়।

শেহতীয়া বাতৰি