কেন্দ্ৰীয় মন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিছে সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আতিথ্যত কোনো ত্ৰুটী ৰখা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অতিথি আপ্যায়নৰ লগতে বিজেপিৰ সাংগঠনিক বিষয় আৰু চৰকাৰৰ বিভিন্ন বিষয়েও আলোচনা কৰে সোণোৱাল আৰু হিমন্ত বিশ্বই। (image: Sarbananda Sonowal/FB)