Home » photogallery » assam »Brahmaputra Tragedy: জলপথৰ উচুপনিবোৰ মাৰ যাবনে ? উন্নত হ'বনে জল যাতায়াত ? ২০১৮ আৰু ২০২১ৰ দুৰ্ঘটনাৰ সমাধান ওলাবনে ?

Brahmaputra Tragedy: জলপথৰ উচুপনিবোৰ মাৰ যাবনে ? উন্নত হ'বনে জল যাতায়াত ? ২০১৮ আৰু ২০২১ৰ দুৰ্ঘটনাৰ সমাধান ওলাবনে ?

ব্ৰহ্মপুত্ৰই নহয়,  জল পৰিবহণ বিভাগে কন্দুৱাই আহিছে ৰাজ্যবাসীক । ব্ৰহ্মপুত্ৰৰ জাইকা দলঙত হোৱা নৌকা দুৰ্ঘটনাৰ সেই চকুলোৱে এতিয়াও সেমেকাই ৰাখিছে বহু পৰিয়ালক । ২০১৮ চনৰ পাঁচ ছেপ্তেম্বৰৰ সেই কৰুণ ঘটনাত কটন বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যুৰ লগতে নিখোজ হৈ আছে বহুজন । তিনিটা বছৰৰ পিছত পুনৰ সেই  ২০১৮ৰ ছবিসমূহ সজীৱ কৰি তুলিলে পৰিমিতাৰ মৃত্য়ুৱে।

শেহতীয়া বাতৰি