তিনিটা বছৰৰ পিছত পুনৰ সেই ২০১৮ৰ ছবিসমূহ সজীৱ কৰি তুলিলে পৰিমিতাৰ মৃত্য়ুৱে। কটনৰে ছাত্ৰী। জ্ঞানৰ পোহৰেৰে মাজুলী যোৰহাট জাতিষ্কাৰ কৰা পৰিমিতাৰ সপোন সপোন হৈয়ে ৰ'ল । একেই বিভাগীয় মন্ত্ৰী ,জল পৰিবহন বিষয়া, অভিযন্তা ,কিন্তু চিন্তাধাৰাৰ নহ'ল কোনো পৰিৱৰ্তন ।