আছাম ট্ৰিবিউনত প্ৰকাশিত বাতৰি অনুসৰি, মহিলা আয়োগে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰযোগে জুবিনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল। উল্লেখ্য যে, এটা ব্যক্তিগত টিভি চেনেলৰ এক এৱাৰ্ড শ্ব’ত মঞ্চত অভিনেত্ৰী নিশিতা গোস্বামীক লৈ শ্ৰুতিকটু মন্তব্য কৰা দেখা গৈছিল জুবিনক। এখন অসমীয়া ছবিত অভিনয়ৰ উদ্ধৃতি দি জুবিনে নিশিতাক লৈ কৈছিল যে,, ‘গোটেই চিনেমাখনত মই তাইৰ, '–––টোৱে দেখা পালো। তাই খোজ কাঢ়ি গৈ থাকে, মই চাই থাকো...।’'