Home » photogallery » assam »Guwahati Rope Way : দেশৰ সকলোতকৈ দীঘল নদী ৰ'পৱেৰ এবছৰ সম্পূৰ্ণ, মহাবাহুৰ ওপৰত থকা ৰ'পৱেৰ আকৰ্ষণীয় ছবি চাওক

Guwahati Rope Way : দেশৰ সকলোতকৈ দীঘল নদী ৰ'পৱেৰ এবছৰ সম্পূৰ্ণ, মহাবাহুৰ ওপৰত থকা ৰ'পৱেৰ আকৰ্ষণীয় ছবি চাওক

Guwahati Rope Way : গুৱাহাটীত দেশৰ আটাইতকৈ দীঘল নদীৰ ৰ'পৱে (Rope Way)ৰ এবছৰ সম্পূৰ্ণ হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰ দুটাক সংযোগ কৰা ৰ'পৱেৰ পৰা মাত্ৰ এবছৰত ২.৫ লাখতকৈও অধিক লোকে ভ্ৰমণ কৰিছে।

শেহতীয়া বাতৰি