Home » photogallery » assam »Durga Puja 2021: আজি বিজয়া দশমী, পুৱাৰে পৰা আৰম্ভ দশমী বিহিত পূজা ! অন্তিম দিনা পূজাস্থলীসমূহত উছৱমুখৰ পৰিৱেশ...

Durga Puja 2021: আজি বিজয়া দশমী, পুৱাৰে পৰা আৰম্ভ দশমী বিহিত পূজা ! অন্তিম দিনা পূজাস্থলীসমূহত উছৱমুখৰ পৰিৱেশ...

Durga Puja 2021: দেৱীক বিদায় দিয়াৰ পূৰ্বে পূজাস্থলীসমূহত উছৱ মুখৰ পৰিৱেশ। Covid প্ৰট'কল অনুসৰণ কৰি এইবেলি প্ৰতিমা বিসৰ্জন দিয়া হ'ব। অৱশ্যে এইবাৰ প্ৰতিমা বিসৰ্জনত সমদল বাহিৰ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বাধা আৰোপ কৰিছে। বিসৰ্জনৰ বাবে প্ৰয়োজনীয় ব্যক্তিসকলেহে যাব পাৰিব বিসৰ্জনস্থলীলৈ।