உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » assam »Diwali 2021 at Kamakhya Temple: শক্তিপীঠ কামাখ্যাত দীপাৱলী উদযাপন, মন্দিৰ সজাই তোলা হৈছে সহস্ৰাধিক প্ৰদীপেৰে

    Diwali 2021 at Kamakhya Temple: শক্তিপীঠ কামাখ্যাত দীপাৱলী উদযাপন, মন্দিৰ সজাই তোলা হৈছে সহস্ৰাধিক প্ৰদীপেৰে

    দীপাৱালীৰ নিশা কামাখ্যা মন্দিৰ চৌহদটো হাজাৰ হাজাৰ চাকিৰে সজোৱা হৈছে। এই দিনটোত প্ৰতি বছৰে মন্দিৰত দেৱী কামাখ্যা, লক্ষ্মী আৰু কুবেৰৰ পূজা কৰা হয় (Diwali 2021 at Kamakhya Temple)।