Home » photogallery » assam »Nandil-Sukanya Welcomed Sarbananda: নান্দিল আৰু সুকন্যাই আদৰিলে সৰ্বানন্দ সোণোৱালক, মুখ্যমন্ত্ৰীৰ আলহী হ'ল সোণোৱাল

Nandil-Sukanya Welcomed Sarbananda: নান্দিল আৰু সুকন্যাই আদৰিলে সৰ্বানন্দ সোণোৱালক, মুখ্যমন্ত্ৰীৰ আলহী হ'ল সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিছে সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আতিথ্যত কোনো ত্ৰুটী ৰখা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই।