মন্দিৰ পৰিচনা সমিতিয়ে মেলা বৰ্জন কৰিলেও মন্দিৰৰ বৈদিক ৰীতি নীতিৰে অনুষ্ঠিত কৰিব এইবাৰৰ অম্বুচাবী । মঙ্গলবাৰে দুপৰীয়া ২ বাজি ৬ মিনিটত প্ৰবৃত্তি ঘটিব অম্বুবাচীৰ। ২৫ জুনৰ নিশা ২ বাজি ২৯ মিনিটত নিবৃত্তি ।এই তিনিটা দিনত সকলো ধৰনৰ Covid protocol মানি মন্দিৰৰ নীতি-নিয়মেৰে অনুষ্ঠিত কৰিব অম্বুচাবী মেলা।