Home » photogallery » assam »ভক্তহীন পৰিৱেশেৰে আজি নীলাচলৰ বুকুত সামৰণি পৰিব অম্বুবাচী মহোৎসৱৰ...

ভক্তহীন পৰিৱেশেৰে আজি নীলাচলৰ বুকুত সামৰণি পৰিব অম্বুবাচী মহোৎসৱৰ...

ভক্তহীন পৰিৱেশেৰে অৱশেষত আজি সামৰণি পৰিব এইবাৰৰ ঐতিহাসিক অম্বুবাচী মহোৎসৱ। আজি পুৱতি নিশা ২ বাজি ২৯ মিনিট ০৯ ছেকেণ্ডত অম্বুবাচী মহোৎসৱৰ নিবৃত্তি হয়।