Home » photogallery » assam »ভোট জলকীয়া খাই ভাল পোৱা এজন লোক, এঘণ্টাত খাব পাৰে ১ কিলোগ্ৰাম ভোট জলকীয়া

ভোট জলকীয়া খাই ভাল পোৱা এজন লোক, এঘণ্টাত খাব পাৰে ১ কিলোগ্ৰাম ভোট জলকীয়া

খোৱাই নহয়, সেই জলকীয়া চকু, কাণ, মুখ অৰ্থাৎ শৰীৰৰ যি কোনো স্থানতে লগালেও জ্বলন অনুভৱে নকৰে ব্যক্তিজনে।