মাতৃৰ মৰম বিচাৰি অনাই–বনাই ঘূৰি ফুৰিছে কণমানি গজৰাজে
গোৱালপাৰাত মাতৃক বিচাৰি দিশহাৰা এটি কণমানি হাতী পোৱালি। নিশা জাকৰ পৰা বিচ্ছিন্ন হাতী পোৱালিটো আবদ্ধ হৈ পৰিছিল এটা কুঁৱাত। বন বিভাগে পোৱালিটোক উদ্ধাৰ কৰি মুকলি কৰি দিয়ে যদিও মাতৃক বিচাৰি নাপাই অঞ্চলটোত ঘূৰি ফুৰি পোৱালীটোৱে।