এখন মঞ্চতে দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ কুকুৰ একলগ হোৱা, সকলোৱে নিজৰ মনৰ ভাব আদান-প্ৰদান কৰাৰ এখন মঞ্চ লাভ কৰি উদ্যোক্তাসকলক ধন্যবাদ জনায়। আনহাতে এই দিনটোতেই ৰাস্তাই ঘাটে আঘাতপ্ৰাপ্ত জীৱ-জন্তুক তাৎক্ষণিক চিকিৎসাৰ বাবে এখন এম্বুলেঞ্চ মুকলি কৰে দুগৰাকী যুৱতীয়ে।